বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
বজালীত কালদিয়া নদীয়ে ভয়াৱহ বানৰ সৃষ্টি কৰাৰ মাজতে বুধবাৰে বজালীৰ নিত্যানন্দৰ নিমুৱাত মাছ মাৰিবলৈ যাওতে পানীৰ কোবাল সোতঁত পৰি এজন যুৱকৰ মৃত্যু হয় । জানিব পৰা মতে মৃত লোকজনৰ নাম কৈলাশ কলিতা অাৰু লোকজনে গুৱাহাটীত এটা ব্যক্তিগত কৰ্মৰত অাছিল । লোকজনৰ এনে মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।
- Log in to post comments
- 6 views