নলবাৰীৰ বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ বিজেপি কিষাণ মৰ্চাৰ

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতা :

বানে বিধ্বস্ত কৰা নলবাৰী জিলাৰ বালিতাৰা,ধমধমা,পূব বালিতৰা অাৰু হাতি নমাটিত বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ নলবাৰী জিলা সমিতিয়ে কিছু বান সাহায্য বিতৰণ কৰে ।বানাক্ৰান্ত সকলৰ খা-খবৰ লোৱাৰ উপৰিও তেওঁলোকৰ মাজত বিস্কুট,কেক,পানীৰ বটলৰ লগতে কিছু চাউল অাৰু চিৰা বিতৰণ কৰে । 

বানাক্ৰান্তৰ মাজত  নলবাৰী জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা, সম্পাদক সঞ্জিত ডেকা (ৰাহুল ৰাজ),বিজুমণি হালৈ, উপ-সভাপতি মনোজ ভত্ত, কোষাধক্ষ অমিত জালানসহ  ভালেসংখ্যক বিজেপি দলৰ দলীয় কৰ্মী উপস্থিত থাকে ।

Your Comments