গহপুৰত বানে উটুৱাই নিলে এজন লোকক 

gahpur

গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন :

গহপুৰত বানে উটুৱাই নিলে নিতুল নাথ নামৰ এজন লোকক । শঁকৰাকটা নামৰ ঠাইৰ খনৰ পানীয়ে বুৰাই ৰখা মূল পথেৰে পাৰ হবলৈ ধৰোতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিলে লোক জনক । পানী য়ে উটুৱাই নিয়া নিতুলৰ ঘৰ গহপুৰৰ গলচেপাত । বৰ্তমানে ও সন্ধান উলিয়াব পৰা নাই নিতুলৰ । স্থানীয় লোক আৰু প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

 

Your Comments