ওদালগুৰিৰ শিঙিমাৰিত বানৰ তাণ্ডৱ

ban

ওদালগুৰিৰ প্ৰতিবেদক :

ওদালগুৰি জিলাৰ কলাইগাওঁ ২নং শিঙিমাৰীৰ অঞ্চলত নোবা নৈৰ বাঢ়নি পানীয়ে বিভিষিকাৰ সৃষ্টি কৰিছে।অঞ্চলটোৰ বহু ঘৰ খেতি পথাৰ বৰ্তমানে পানীৰ তলত থকাৰ উপৰি মংগলদৈ-ভুটিয়া চাং ৰাস্তাৰ ওপৰেৰে পানী পাৰ হোৱাৰ ফলত পথটোত তীব্ৰ যান-যটৰ সৃষ্টি হৈছে।

Your Comments