সাংসদ প্ৰদ্যুৎ বৰদলৈৰ  বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন 

pradyot

লাহৰীঘাটৰ  প্ৰতিবেদক

দেওবাৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন  কৰে। টেঙাগুৰি কছাৰী গাঁৱত বানাক্ৰান্তৰে মত বিনিময় কৰি তেওঁ পৰিস্হিতিৰ বুজ ল 

বানপীড়িক সাক্ষাৎ কৰি উভতি অহাৰ পথত বৰদলৈয়ে ক -ৰাজনৈতিক মেৰপাকৰ বলি হ'ল লাহৰীঘাটৰ সাধাৰণ জনতা। 

 pradyot2

বানাক্ৰান্তই পৰ্যাপ্ত বান সাহায্য নোপোৱা বুলি অভিযোগ কৰে সাংসদ বৰদলৈয়ে ।ইফালে আজি পুনৰ লাহৰীঘাটৰ তিনিচুকীয়া অঞ্চলত এটি ৰিং বান্ধ বিচ্ছিন্ন হোৱাত বান পৰিস্হিতি আৰু জটিলল হৈ পৰিছে।

Your Comments