সমগ্ৰ উত্তৰ প্ৰদেশৰ কংগ্ৰেছ সংগঠনৰ দায়িত্ব পাব পাৰে প্ৰিয়ংকা গান্ধীয়ে

up

নিউজ ডেস্ক:
কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই সাধাৰণ সম্পাদক পদ ত্যাগ কৰাৰ পিছত এতিয়া প্ৰিয়ংকা গান্ধীক সমগ্র উত্তৰ প্ৰদেশৰ দায়িত্ববাহী সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ'ব পাৰে।

উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনৰ বাবে জ্যোতিৰাদিত্য সিন্ধিয়া আৰু প্ৰিয়ংকা গান্ধীক যথাক্ৰমে পশ্চিম আৰু পূব উত্তৰ প্ৰদেশৰ দায়িত্ব প্ৰদান কৰা হৈছিল।প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ ২০২২ চনৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক 'মিছন ২০২২'ৰ নেতৃত্ব ল'ব পাৰে।

Your Comments