অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ মহোৎসৱত প্রদর্শিত হ'ব ৰীমা দাসৰ 'বুলবুল কেন সিং'

bulbul

ৰাজ্যবাসীৰ বাবে পুনৰ সুখবৰ কঢ়িয়াই আনিছে ৰীমা দাসৰ 'বুলবুল কেন সিং'-এ।অষ্ট্ৰেলিয়াত প্ৰদৰ্শিত হ'ব ছবিখন।অহা ৯ আগষ্টৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব লগা 'ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব'ৰ্ণ-২০১৯'ত প্রদর্শিত হ'ব ছবিখন।


উল্লেখ্য যে ৯ আগষ্টৰ প্ৰথম দিনটোতে ৰীমা দাসৰ ছবিখন 'দ্য ডিষ্ট্ৰিক্ট ডকলেণ্ডছ হয়টছত' প্ৰদৰ্শিত হ'ব।উক্ত অনুষ্ঠানত উপস্থিত থাকিব বলীউদৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান।

Your Comments