আজিয়েই পতন হ'ব পাৰে কৰ্ণাটকৰ কংগ্ৰেছ-জেডিএছ চৰকাৰৰ!

bus

কৰ্ণাটকত ৰাজনৈতিক নাটক অব্যাহত আছে।কংগ্ৰেছ আৰু জেডিএছৰ বিধায়ক ত্যাগ কৰা ১৩ গৰাকী বিসম্বাদী বিধায়ক তথা চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা ২ গৰাকী নিৰ্দলীয় বিধায়ক এতিয়া মুম্বাইৰ পৰা গোৱালৈ স্থানান্তৰিত হৈছে।


ইফালে,কৰ্ণাটক বিধানসভাৰ অধ্যক্ষই বিধায়কসকলৰ পদত্যাগ গ্ৰহণ কৰা বা নকৰা সন্দৰ্ভত আজি সিদ্ধান্ত গ্ৰহণ কৰিব।আনহাতে,বিজেপি নেতা বি এছ য়েদুৰাপ্পাই মুখ্যমন্ত্ৰী এইছ ডি কুমাৰাস্বামীক পদত্যাগ কৰিবলৈ আহ্বান জনাইছে।উল্লেখ্য যে ১৫ গৰাকী বিধায়কৰ পদত্যাগ গ্ৰহণ কৰা হ'লে কুমাৰস্বামী চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাব।

Your Comments