নিউজ ডেস্ক:
লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছ অধ্যক্ষ পদ ত্যাগ কৰাৰ পিছত শীৰ্ষ কংগ্ৰেছ নেতাসকলৰ পদত্যাগ অব্যাহত আছে।লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে কংগ্ৰেছ সাধাৰণ সম্পাদক জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুম্বাই কংগ্ৰেছৰ অধ্যক্ষ মিলিন্দ দেওৰাই।সিন্ধিয়াই তেওঁৰ পদত্যাগপত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে।
- Log in to post comments
- 31 views