সোণাৰিৰ পৰা ঘন বৰা
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ সোণাৰিত আটাছুৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰে গ্ৰহণ কৰা ভূমিকাৰ প্ৰতিবাদ জনাই সোণাৰিত আটাছুৱে দাহ কৰিলে জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি। বিজেপি চৰকাৰক ধিক্কাৰ দি অনাগত দিনত তীব্ৰ জংগী আন্দোলনৰ ভাবুকি দিয়ে আটাছুৰ নেতাৰ লগতে সংগঠনটোৰ কৰ্মীসকলে ।
- Log in to post comments
- 17 views