কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ বাবে সাজু তৰুণ গগৈ

gogoi

পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ আশা পালি আছে তৰুণ গগৈয়ে।সংবাদমেলত নিজেই ক'লে তৰুণ গগৈয়ে যে প্ৰয়োজনত ২০২১ চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বলৈ তেওঁ সাজু।বিজেপিৰ বিৰুদ্ধে যুঁজত প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বলৈ প্ৰস্তুত বুলি গগৈয়ে কয়।


আনহাতে,তৰুণ গগৈয়ে মন্তব্য কৰে যে তেওঁৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ ইচ্ছা নাই।এনে মন্তব্যৰে তৰুণ গগৈয়ে নিশ্চিতভাৱে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাত এটা জোকাৰণি তুলিছে।

Your Comments