'বিজেপিয়ে দলৰ সদস্য সংখ্যা ২০ শতাংশ বৃদ্ধি কৰিব।'এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ।
উল্লেখ্য যে বৰ্তমান বিজেপিৰ সদস্য সংখ্যা ১১ কোটি বুলি জনা যায়।তেওঁ লগতে কয় যে দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন এতিয়াও বাকী আছে।ইফালে,বিজেপিৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে জে পি নাড্ডাক নিযুক্তি দিয়া হৈছে।
- Log in to post comments
- 7 views