পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদক কোনে 'ব্ৰেইনলেছ' বুলি ক'লে? 

sar

দেওবাৰে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ শোচনীয় পৰাজয়ৰ বাবে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদক জগৰীয়া কৰিছে 'ৰাৱালপিণ্ডি এক্সপ্ৰেছ' ছোৱেইব আখতাৰে।আহমেদক দশম শ্ৰেণীৰ ছাত্ৰৰ লগত তুলনা কৰি তেওঁ কয় যে আহমেদে মেনেজমেণ্টে যি কয়,কোনো প্ৰশ্ন নকৰি তাকেই মানি লয়।

akh
ইমৰান খানৰ প্ৰথম বেটিঙৰ পৰামৰ্শ নমনা ছৰফৰাজক তেওঁ 'মস্তিষ্কবিহীন' বুলিও আখ্যা দিয়ে।দলৰ যে মূল শক্তি বলিং,সেই কথাটোও নজনাৰ বাবে তেওঁ পাকিস্তানৰ অধিনায়কক 'ব্ৰেইনলেছ' আখ্যা দিয়ে।

Your Comments