এসময়ত আৰ্থিক অসুবিধাই বাধা দিছিল কেম্ব্ৰিজত অধ্যয়নৰ,এতিয়া তাতেই তেওঁ বক্তৃতা দিব, কোনে ?  জানিবলৈ ক্লিক কৰক ..

oxford

নিউজ ডেস্ক:
তেওঁৰ সপোন আছিল গ্ৰেট ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ।কিন্তু ঘৰুৱা আৰ্থিক অসুবিধাৰ বাবে তেওঁৰ এই সপোন পূৰণ নহ'ল।তেওঁ হৈছে 'ছুপাৰ-৩০' খ্যাত আনন্দ কুমাৰ।


এতিয়া ভাৰতৰ উচ্চ শিক্ষা ক্ষেত্ৰৰ প্ৰসিদ্ধ শিক্ষকজনে ছাত্ৰ হিচাপে নহয়,এজন বক্তাৰ ৰূপত কেম্ব্ৰিজত প্ৰৱেশ কৰিব।ভিন্ন ৰূপত হ'লেও আনন্দ কুমাৰৰ কেম্ব্ৰিজত প্ৰৱেশৰ সপোনটো পূৰণ হ'ব।উল্লেখ্য যে অহা ২৪-২৮ জুনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত আয়োজিত হ'বলগীয়া ইউকে-এছিয়া শিখৰ সন্মিলনত বক্তৃতা প্ৰদান কৰিব আনন্দ কুমাৰে।

Your Comments