অৱশেষত ধৰ্মঘটকাৰী কনিষ্ঠ চিকিৎসকৰ মমতা বেনাৰ্জীৰে সাক্ষাতত সন্মতি

dharmaghat

নিউজ ডেস্ক:
পশ্চিমবংগত ধৰ্মঘট অব্যাহত ৰখা  কনিষ্ঠ চিকিৎসকসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে সাক্ষাৎ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।কিন্তু তেওঁলোকে এই সাক্ষাৎকাৰৰ মিডিয়া কভাৰেজৰ  অনুমতি দিয়াটো বিচাৰিছে।

Your Comments