বিমানবন্দৰত তালাচীৰ মুখত চন্দ্রবাবু নাইডু

chandra

নিউজ ডেস্ক:

বিমানবন্দৰত নজিৰবিহীন ব্যৱহাৰৰ সন্মুখীন হ’ল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু। বিমানবন্দৰত তেওঁক সাধাৰণ যাত্ৰীৰ দৰেই তালাচী চলোৱা হ’ল। কেৱল সেয়াই নহয়. বিমানত উঠিবলৈ যোৱাৰ সময়ত তেওঁক ভিআইপি গাড়ীৰো সুবিধা দিয়া নহল। এজন সাধাণ যাত্র্রীৰ দৰেই তেওঁ বাছেৰে উঠি বিমানৰ ওচৰলৈ যাবলগীয়া হ’ল।

লক্ষণীয় যে নাইডুৰ কাৰণে জেড প্লা সুক্ষা  সুবিধা দিয়া হৈছে যদিও সেই সুবিধা বিমানবন্দৰত  তেওঁ নাপালে। থাকলেও  অন্ধ্রপ্রদেশ গন্নবমবিজয়ৱাড়া আন্তর্জাতিক বিমানবন্দৰত ভিআইপি হিচাপে  কোনো সুবিধাই নাপালে  তেওঁ। ইতিমধ্যে ই ঘটনাৰ তীব্ৰ নিন্দা কৰে চন্দ্রবাবু দল তেলুগু দেশম পার্টীয়ে (টিডিপি)।  জেড প্লা সুক্ষা ব্যৱস্থা থকা সত্ত্বেও  কিয় তেওঁৰ লগত এনে আচৰণ কৰা হ’ল সে সম্পৰ্কে কোন ত্তর দিয়া নাই  অন্ধ্রপ্রদেশ চৰকাৰে।

শুক্রবাৰে বিমানবন্দ পোৱাৰ পিছত চন্দ্রবাবুক জনোৱা হয় যে নিয়ম অনুসৰি অন্যান্য সাধাৰণ যাত্রীৰ দৰেই  তেওঁ বিমানবন্দৰৰ ছিকিউৰিটি চেকিঙৰাজেৰে যাব লাগিব। ছোচিয়েল মিডিয়া ভাইৰেল হোৱা ছবিত দেখা গৈছে, বিমানবন্দৰতজন নিরাপত্তারক্ষীয়ে তেওঁৰ তালাচী লৈ আছে। আনকি বিমানৰ ওচৰলৈ যাবলৈ কোনো ভিআইপি গাড়িৰো ব্যৱস্থা নাছিল। ফল বিমানবন্দৰৰ বাছেৰেই গৈ তেওঁ বিমান ওঠে।

২০০৩ চনত তিৰুপতি আলিপিৰিত তেওঁৰ ৰত মাওবাদী আক্ৰমণৰ পিছৰে পৰা চন্দ্রবাবুক জেড প্লা  সুক্ষা দিয়া হয়। সকলো সময় কাৰণে তেওঁৰ লগত ২৩ জন সশস্ত্র নিৰাপত্তারক্ষী আৰুকর্ট গাড়ী থকা কথা। টিডিপি অভিযোগ, ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাবে চন্দ্রবাবু লগতই আচৰণ কৰিছে ক্ষমতাসীন ৱাইএ কংগ্রে পার্টীয়ে।

Your Comments

Related Articles