ছলমানৰ 'ভাৰত' ছুপাৰহিট!

bharat

একাংশ সমালোচকৰ বিৰূপ সমালোচনা স্বত্বেও ছলমান খান অভিনীত 'ভাৰত'ক আদৰি লৈছে দৰ্শক সমাজে।মুক্তিৰ ১০ দিনৰ পিছত আলি আব্বাছ জাফৰ পৰিচালিত ছবিখনে ১৮৫ কোটি টকা উপাৰ্জন কৰিছে।ছবিখনত ছলমানৰ লগত কেটৰিণা কাঈফ আৰু দিশা পাটনিয়েও অভিনয় কৰিছে।

Your Comments