সংঘাত অব্যাহত:মমতা বেনাৰ্জীয়ে আহ্বান জনোৱা বৈঠকত অংশগ্ৰহণ নকৰে প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকে

st

পশ্চিমবংগৰ চৰকাৰ আৰু ৰাজ্যখনত ধর্মঘটত থকা কনিষ্ঠ চিকিৎসক সকলৰ সংঘাত দূৰ হোৱাৰ লক্ষণ প্রত্যক্ষ কৰা হোৱা নাই।কনিষ্ঠ চিকিৎসক সকলে ঘোষণা কৰিছে যে শনিবাৰে গধূলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান জনোৱা বৈঠকত তেওঁলোকে অংশগ্ৰহণ কৰিছে।ইফালে,চিকিৎসকসকলৰ ধৰ্মঘট ৰ বাবে ৰাজ্যখনত ৰোগীসকল ভয়ানক সমস্যাৰ মাজত সোমাই পৰিছে।

Your Comments