জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্য সুস্থিৰ

ng

সম্প্ৰতি দিছপুৰ জিএনআৰচিত চিকিৎসাধীন হৈ থকা অন্যতম অসমীয়া জনপ্রিয় অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্য সুস্থিৰ।১১ জুনৰ পৰা চিকিৎসালয়খনৰ আইচিইউত চিকিৎসাধীন হৈ থকা ৭১ বছৰীয়া গোস্বামীয়ে গুৱাহাটীৰ ঘৰৰ গাধোৱা ঘৰত পিচলি পৰি উৰুৰ অস্থিত আঘাত পাইছিল।শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

Your Comments