তৃণমূল কংগ্ৰেছৰ বিৰূদ্ধে পশ্চিমবংগত ৰোহিঙীয়া শৰণাৰ্থীক সংস্থাপন দিয়াৰ  গুৰুতৰ অভিযোগ

trinmul

নিউজ ডেস্ক:
ভাৰত-বাংলাদেশ সীমান্তৰ সুন্দৰবন অঞ্চলত তৃণমূল কংগ্ৰেছে ৰোহিঙীয়া শৰণাৰ্থীক সংস্থাপন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে।


সুন্দৰবন এলেকাৰ ১০-১২ কি: মি: অঞ্চল পাকিস্তানৰ দৰে হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰে।অঞ্চলটোৰ হিন্দু লোক সকলক স্থানান্তৰ হ'বলৈ ভাবুকি দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে।

Your Comments