গুজৰাটৰ উপকূলীয় এলেকাত 'বায়ু' ঘূৰ্ণিৰ আশংকা

bayu

'ফনি'ৰ পিছত এইবাৰ 'বায়ু' ঘূৰ্ণি ধুমুহাৰ আতংক।গুজৰাটৰ বেড়াবল সমুদ্ৰ উপকূলৰ পৰা ৬৫০ কি:মি:দূৰত্বত আছে এই ঘূৰ্ণি ধুমুহা।১৩ জুনত ধুমুহাজাকে গুজৰাটৰ উপকূলত খুণ্ডিওৱাৰ সম্ভৱনা আছে।


'বায়ু'ৰ বাবে গুজৰাটৰ উপকূলীয় এলেকাত জনতাৰ মাজত আতংকৰ সৃষ্টি হৈছে।ইফালে,গুজৰাট চৰকাৰে উপকূলীয় এলেকাত বাস কৰা বহু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে।উদ্ধাৰ অভিযানৰ বাবে এনডিআৰএফ আৰু বিভিন্ন গোট সাজু হৈ আছে।

Your Comments