৯-১৬ জুলাইৰ ভিতৰত উৎক্ষেপণ কৰা হ'ব ইছৰ'ৰ চন্দ্ৰমুখী 'চন্দ্ৰযান-২' 

isro

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰ')ৰ চন্দ্ৰত অৱতৰণ কৰিব লগীয়া  'চন্দ্ৰযান-২' অহা ৯-১৬ জুলাইৰ ভিতৰত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব।ইছৰ'ৰ এটা অতি মহত্বপূৰ্ণ প্ৰকল্প চন্দ্ৰযান-২ৰ এখন ৰোভাৰে চন্দ্ৰত চলাচল কৰিব।


এই অভিযান সফল হ'লে চন্দ্ৰত 'ছফ্ট লেণ্ড' কৰাবলৈ সক্ষম হোৱা চতুৰ্থটো মহাকাশ সংস্থাত পৰিণত হ'ব ইছৰ'।

Your Comments