গুৰুগ্ৰামত অষ্টম মহলাৰ পৰা কুকুৰ পোৱালি দলিউৱা ইৰাকী নাগৰিকক গ্ৰেপ্তাৰ

irak

নিউজ ডেস্ক:
উত্তৰ প্ৰদেশৰ গুৰুগ্ৰামত জীৱশ্রেষ্ঠ মানুহৰ নিৰ্দয়তা।গুৰুগ্ৰামৰ এটা আৱাসৰ অষ্টম মহলাৰ পৰা দুটা কুকুৰ পোৱালিক তললৈ দলিয়াই হত্যা কৰি গ্ৰেপ্তাৰ হ'ল এজন নিষ্ঠুৰ ইৰাকী নাগৰিক।


পশুপ্ৰেমী সংগঠনৰ অভিযোগত আৰু চিচিটিভি ফুটেজৰ আধাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩১ বছৰীয়া ইৰাকী নাগৰিকজনৰ নাম ছৈফ অছৰ আব্দুল হুছেইন।

Your Comments