দুৰ্ঘটনাগ্ৰস্ত হৈছিল 'এএন-৩২':অৱশেষত ভগ্নাৱশেষ প্ৰত্যক্ষ

p 2

যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকামুখী হৈ যোৱা ৩ জুনত সন্ধানহীন হৈ পৰা বায়ু সেনাৰ এএন-৩২ বিমানখনৰ ভগ্নাৱশেষ মঙলবাৰে প্ৰত্যক্ষ কৰা হৈছে।হেলিকপ্টাৰৰ পৰা বিমানখনৰ ভগ্নাৱশেষ অৰুণাচল প্ৰদেশত প্রত্যক্ষ কৰা হৈছে বুলি বায়ু সেনাই প্ৰকাশ কৰিছে।সন্ধান অভিযান অব্যাহত আছে বুলিও উল্লেখ কৰিছে বায়ু সেনাই।

Your Comments