জম্মু-কাশ্মীৰৰ ছ'পিয়া জিলাত দুটা সন্ত্ৰাসবাদী নিধন সুৰক্ষা বাহিনীৰ

k 2

জম্মু-কাশ্মীৰৰ ছ'পিয়া জিলাৰ অৱনীৰাত সন্ত্ৰাসবাদ বিৰোধী অভিযানত সফলতা পাইছে সুৰক্ষা বাহিনীয়ে।শেষ ৰাতিৰ পৰা হোৱা সংঘৰ্ষৰ পিছত মঙলবাৰে পুৱতি নিশা সুৰক্ষা বাহিনীয়ে নিধন কৰে দুটা সন্ত্ৰাসবাদীক।সংঘৰ্ষস্থলীৰ পৰা অস্ত্ৰ,গুলী আদি উদ্ধাৰ কৰা হৈছে।

Your Comments