প্রখ্যাত নাট্য ব্যক্তিত্ব তথা অভিনেতা গিৰীশ কাৰনাডৰ জীৱনাৱসান

karnad

নিউজ ডেস্ক:

প্রখ্যাত নাট্যকাৰ, অভিনেতা আৰু লেখক গিৰীশ কাৰনাড আৰু নাই। দীৰ্ঘ দিন ধৰি ৰোগ ভোগৰ পিছত বেঙ্গালুৰুআজি নিজ বাসভৱনত সাংস্কৃতিক জগতৰ এই নক্ষত্ৰ কাৰনাডে শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত দেশৰ সমগ্ৰ সংস্কৃতি জগত শোকস্তব্ধ হৈ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছর। তাঁর প্রয়াণ কর্ণাটক চৰকাৰে ৩ দিন ৰাষ্ট্রীয় শোক ঘোষণা কৰিছে। এদিনৰ বাবে ছুটীও ঘোষণা কৰা হৈছে

karna

 জ্ঞানপীঠ বঁটা বিজয়ী এই প্রখ্যাত অভিনেতা আৰু নাট্য ব্যক্তিত্বৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু কাৰনাডৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।ফালে অভিনেতা আৰু আমফালেগৰাকী প্ৰখ্যাত নাট্যকা, গিৰীশ কাৰনাডৰ বহুমুখী প্ৰতিভা ভারতীয় সংস্কৃতি জগতত বিভিন্নভাবে প্ৰকাশিত হৈছে। কেৱল অভিনেতা  হিচাপেনহয়, রাজনৈতিক চিন্তাৰ ক্ষেত্রতো তাঁর অসামান্য চিন্তাধাৰাই গিৰীশ কাৰনাডক অধিক প্রাসঙ্গিক কৰি তুলিছিল ভারতীয় সংস্কৃতিত। মাৰাঠী নাট্য জগতত বিজয় তেণ্ডুলকাৰ আৰু বাংলা নাট্য জগতত বাদল সৰকাৰৰ সৈতে তেওঁক একে আসনত বহুওৱা হয়। তেওঁ কন্নড় নাট্য জগতৰ উপৰি অসংখ্য হিন্দী মঞ্চ আৰু চলচ্চিত্ৰতো অভিনয় কৰিছে।  

Your Comments