বিশ্বকাপ ক্ৰিকেটৰ সৰ্বাধিক চেঞ্চুৰী কৰা দল ভাৰত

india

নিউজ ডেস্ক:
বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক চেঞ্চুৰী কৰা দল হিচাপে পৰিগণিত হৈছে ভাৰত।


দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শিখৰ ধাৱানে চেঞ্চুৰী কৰাৰ পিছতেই ভাৰতৰ চেঞ্চুৰীৰ সংখ্যা হয়গৈ সৰ্বাধিক ২৭ টা।দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া(২৬ টা চেঞ্চুৰী)।২৩ টা চেঞ্চুৰীৰে তৃতীয় স্থানত আছে শ্ৰীলংকা।

Your Comments