ইংলেণ্ডৰ ভাৰতীয় উচ্চ আয়ুক্তক সাক্ষাৎ ভাৰতীয় ক্ৰিকেট দলৰ

team india

নিউজ ডেস্ক :
ইংলেণ্ডত চলি থকা আই চি চি ক্রিকেট বিশ্বকাপৰ লীগ মেচৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰাৰ পিছত শুক্ৰবাৰে ভাৰতীয় ক্ৰিকেট দলটোৱে লণ্ডনত সাক্ষাৎ কৰে ভাৰতৰ উচ্চ আয়ুক্তক। বিৰাট কৌহলী নেতৃত্বাধীন ভাৰতীয় বিশ্বকাপ দলটোৰ আটাইকেইজন  খেলুৱৈৰ লগতে উচ্চ আয়ুক্তক সাক্ষাতৰ সময়ত উপস্থিত আছিল দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীও।উল্লেখ্য যে ভাৰতীয় উচ্চ আয়ুক্ত হিচাপে বৰ্তমান ইংলেণ্ডত নিযুক্ত হৈ আছে ৰুচি ঘনশ্যাম।

Your Comments