উত্তৰ প্ৰদেশত মহাজোঁটবন্ধন ভংগ:এছপি-বিএছপিয়ে অকলেই প্ৰতিদ্বন্দিতা কৰিব বিধানসভা উপনিৰ্বাচনত

am

লোকসভা নিৰ্বাচনত শোচনীয় ফল প্ৰদৰ্শন কৰাৰ মাত্ৰ দহ দিন পাৰ হওঁতেই উত্তৰ প্ৰদেশত ভংগ হ'ল এছপি-বিএছপিৰ মহাজোঁটবন্ধন।বিএছপি প্ৰমুখ মায়াৱতীয়ে ঘোষণা কৰিছে যে তেওঁৰ দলে আগন্তুক বিধানসভা নিৰ্বাচন অকলেই খেলিব।


আনহাতে,সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱে মন্তব্য কৰিছে যে যদি মহাজোঁটবন্ধন ভংগ হৈছে,তেন্তে এছপিয়েও আগন্তুক বিধানসভা উপনিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিব।

Your Comments