মহাজোঁটবন্ধনত মতানৈক্য আৰম্ভ:সমাজবাদী পাৰ্টিক সমালোচনা মায়াৱতীৰ

mb

লোকসভা নিৰ্বাচনত বেয়া ফল প্ৰদৰ্শনৰ পিছতেই উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি আৰু বিএছপিৰ মহাজোঁটবন্ধনত ফাঁট মেলাৰ লক্ষণ পৰিলক্ষিত হৈছে।বিএছপি প্ৰমুখ মায়াৱতীয়ে মন্তব্য কৰিছে যে মহাজোঁটবন্ধন কৰি কোনো লাভ নহ'ল।যাদৱ ভোট আমি নাপালো।নহ'লেনো মুলায়ম সিং যাদৱৰ পৰিয়ালৰ লোক পৰাস্ত হয় নে?

 

নিৰ্বাচনত কিছুমান স্থানত সমাজবাদী পাৰ্টিৰ নেতা-কৰ্মীয়ে বিএছপিৰ বিৰুদ্ধে কাম কৰিছিল বুলিও অভিযোগ কৰে মায়াৱতীয়ে।ইয়াৰ অনথ্যা ফলাফল কিছু উন্নত হ'লহেতেন বুলি তেওঁ কয়।

Your Comments