মাৰমুখী ডেভিড ৱাৰ্নাৰৰ সফল প্ৰত্যাৱৰ্তন

warner

বল টেম্পাৰিঙৰ অভিযোগত এবছৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়াৰ মাৰমুখী বেটছমেন ডেভিড ৱাৰ্নাৰে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিয়েই সফলতা অৰ্জন কৰিছে।বিশ্বকাপ ক্ৰিকেটত শনিবাৰে নিশা আফগানিস্তানৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তন কৰি ৮৯ ৰাণ কৰি অপৰাজিত হৈ ৰয় ৱাৰ্নাৰ।খেলখনত সহজতে জয়লাভ কৰে অষ্ট্ৰেলিয়াই।


২০১৪ৰ বিশ্বকাপৰ চেম্পিয়ন অষ্ট্ৰেলিয়া দলত ৱাৰ্নাৰৰ অন্তৰ্ভুক্তিয়ে দলটোক যথেষ্ট শক্তিশালী কৰি তুলিছে।

Your Comments