'জয় শ্ৰীৰাম' ধ্বনিক লৈ বিজেপি-তৃণমূল কংগ্ৰেছৰ 'পোষ্টকাৰ্ড যুদ্ধ'

mamata

নিউজ ডেস্ক:

'জয় শ্ৰীৰাম' ধ্বনিক লৈ বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত  'পোষ্টকাৰ্ড   যুদ্ধ' তীব্ৰতৰ হৈ পৰিছে।বিজেপিয়ে মমতা বেনাৰ্জীলৈ 'জয় শ্ৰীৰাম' লিখা ১০ লাখ পোষ্টকাৰ্ড প্ৰেৰণৰ সিদ্ধান্ত লোৱাৰ পিছত এতিয়া তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ 'জয় হিন্দ-জয় বাংলা' লিখা ১০-১০ লাখ,মুঠ ২০ লাখ পোষ্টকাৰ্ড প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে যে বিজেপিয়ে ধৰ্ম আৰু ৰাজনীতি সংমিশ্ৰণ কৰিবলৈ ধৰিছে।

Your Comments