ইছলামাবাদৰ ভাৰতীয় দূতাবাসৰ ইফটাৰ পাৰ্টিৰ অতিথিক অভব্য আচৰণ পাকিস্তানী সুৰক্ষা কৰ্মীৰ

hi comissioner

নিউজ ডেস্ক:

পাকিস্তানৰ কুআচৰণৰ যেন অন্তই নপৰিব।এইবাৰ পাকিস্তানৰ ইছলামাবাদত ভাৰতীয় দূতাবাসত আয়োজিত ইফটাৰ পাৰ্টিলৈ নিমন্ত্রিত অতিথিসকলৰ সৈতে অভব্য আচৰণ কৰি পাকিস্তানৰ সুৰক্ষা কৰ্মীয়ে নিম্নস্তৰৰ মানসিকতাৰ পৰিচয় দাঙি ধৰিলে।


অতিথিসকলক পাকিস্তানী সুৰক্ষা কৰ্মীয়ে হেঁচা-ঠেলা কৰে,অপ্ৰয়োজনীয় ভাৱে তালাচী লয়।আনকি,একাংশ অতিথিক ভাৰতীয় দূতাবাসৰ ভিতৰত প্ৰৱেশ কৰিবলৈও নিদিলে।সেই সময়ত ভাৰতীয় দূতাবাসৰ বিষয়াৰ সৈতে পাকিস্তানী সুৰক্ষা কৰ্মীৰ তীব্ৰ তৰ্ক-বিতৰ্কও হয়।

Your Comments