কংগ্ৰেছে লাভ নকৰে বিৰোধী দলৰ নেতাৰ পদ

cc

মাত্ৰ ৫২ গৰাকী লোকসভা সাংসদ জয়ী হৈ অহাৰ পৰিপ্ৰেক্ষিতত সপ্তদশ লোকসভাতো কংগ্ৰেছে লাভ নকৰে বিৰোধী দলৰ নেতাৰ পদ।২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৪৪ গৰাকী সাংসদ জয়ী হৈ অহাৰ পৰিপ্ৰেক্ষিতত ষষ্ঠদশ লোকসভাতো কংগ্ৰেছ দলে বিৰোধী দলৰ নেতাৰ পদ লাভ কৰা নাছিল।

Your Comments