'কংগ্ৰেছৰ ৫২ গৰাকী সাংসদে ইঞ্চি-ইঞ্চিৰ যুদ্ধ কৰিব'

cong

দিল্লীত অনুষ্ঠিত কংগ্ৰেছ সংসদীয় দলৰ বৈঠকত বক্তব্য প্ৰদান কৰে ৰাহুল গান্ধীয়ে।তেওঁ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে কংগ্ৰেছৰ ৫২ গৰাকী সাংসদে ইঞ্চি-ইঞ্চিৰ যুদ্ধ কৰিব।তেওঁ কয়-আমি আক্ৰমণাত্মক হৈ থাকিব লাগিব।ৰাহুলে ভাষণ প্ৰসংগত লগতে কয় যে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে মনত ৰাখিব লাগিব যে তেওঁলোকে সংবিধানৰ বাবে যুদ্ধ কৰিব লাগিব।

Your Comments