ছোনিয়া গান্ধীয়েই কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী

sonia

কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰীৰ দায়িত্ব পালন কৰি যাব ছোনিয়া গান্ধীয়ে।কংগ্ৰেছ প্ৰৱক্তা ৰণদীপ সূর্যেৱালাই টুইট কৰি এই বিষয়ে জনায়।আনহাতে,লোকসভাত কংগ্ৰেছ দলৰ নেতা হ'ব পাৰে কেৰেলাৰ কে সুৰেশ।

Your Comments