নিউজ ডেস্ক :
দিল্লীৰ সংসদৰ ভৱনৰ চেণ্ট্ৰেল হলত এনডিএৰ সাংসদসকলৰ বৈঠকৰ পিছতে নৰেন্দ্ৰ মোডী উপস্থিত হ'ল ৰাষ্ট্ৰপতি ভৱনত।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাতৰ পিছতে মোডীক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে।
৩০ মে'ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মোডীয়ে।ভাৰতীয় সংবিধানৰ ৭৫(১) অধীনত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে।
- Log in to post comments
- 15 views