উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ষষ্ঠ স্থানত নম্ৰতা নাথ

vv

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা


শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (বিজ্ঞান শাখাত )চিৰাং জিলাৰ বঙাইগাঁও শোধানাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নম্ৰতা নাথে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়৷বিদ্যালয়ৰ উপাধ্যক্ষ ভৱানন্দ নাথ আৰু বুলিৰাণী কাকতি নাথৰ কন্যা নম্ৰতা নাথে  ভবিষ্যতে এগৰাকী শিক্ষক হোৱাৰ আশা মনত পুহি ৰাখিছে ৷ ছাত্ৰীগৰাকীয়ে আজৰি সময়ত ছবি অকাৰ লগতে পিয়ান’ বজাই ভাল পায় ৷ নম্ৰতা নাথে মুঠ ৪৭২ নম্বৰ লাভ কৰিছে ৷

Your Comments