বিজ্ঞান শাখাত দশম স্থান লাভেৰে বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়ালে নিখিতা পাঠকে

bg

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা

 

বিজ্ঞান শাখাত দশম স্থান লাভেৰে বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে নিখিতা পাঠকে ৷ নিখিতা বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়( ইংৰাজী মাধ্যম)ৰ ছাত্ৰী ৷ নিখিতাই মুঠ ৪৬৮ নম্বৰ লাভ কৰিছে ৷
 
 

বঙাইগাঁও দেউৰীপাৰা নিবাসী পশু চিকিৎসক কৃষ্ণ পাঠক আৰু শিক্ষয়িত্ৰী পিনাকী পাঠকৰ কন্যা নিখিতাৰ এগৰাকী সুচিকিৎসক হোৱাৰ মন ৷

Your Comments