'পিএম নৰেন্দ্ৰ মোডী'লৈ দৰ্শকৰ সন্তোষজনক সঁহাৰি

pm

শুকুৰবাৰে মুক্তি লাভ কৰা ওমং কাপুৰ পৰিচলিত ছবি 'পিএম নৰেন্দ্ৰ মোডী'য়ে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে।


অভিনেতা বিবেক অ'বেৰয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰিত্ৰ ৰূপায়ণ কৰা ছবিখনে মুক্তিৰ দিনা চিত্ৰগৃহত ৫ কোটি টকা উপাৰ্জন কৰে।ছবিখনে দেশজুৰি চলি থকা মোডী লহৰৰ সুবিধা লাভ কৰিছে বুলি কোৱা হৈছে।ছবিখনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাহ বিক্রেতাৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ যাত্ৰাটোক প্ৰদৰ্শন কৰা হৈছে।

Your Comments