নিউজ ডেস্ক :
#সপ্তদশ লোকসভাৰ নিৰ্বাচনত বৃহৎ সাফল্যৰ পিছতেই বিজেপিৰ দুই জ্যেষ্ঠ নেতা পিতামহ এল কে আদৱানী আৰু মুৰুলি মনোহৰ যোশীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি ৰাষ্টীয় সভাপতি অমিত শ্বাহে।
# আজি পুৱাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সভাপতি অমিত শ্বাহে দুয়োগৰাকী নেতাক সাক্ষাৎ কৰে।
#দুয়োগৰাকী জ্যেষ্ঠ নেতাক দলটোৰ বৃহৎ সফলতাৰ সকলো খবৰ দিলে মোডী আৰু অমৃত শ্বাহে।
#দলৰ এই সাফল্যত দুয়োগৰাকীৰ জ্যেষ্ঠ নেতাই ধন্যবাদ জনালে মোডী,অমৃত শ্বাহৰ লগতে দলটোৰ সকলো নেতা কৰ্মীক।
#উৎফুল্লিত জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীয়ে দলৰ এই সাফল্যত মোডীক সাৱটি ধৰি শুভেচ্ছা জনায়।
- Log in to post comments
- 14 views