বিশ্বকাপত ধোনীয়ে ৫ নম্বৰ স্থানত বেটিং কৰাটো দৰকাৰ:শচীন তেণ্ডুলকাৰ

dhoni

নিউজ ডেস্ক:

আগন্তুক ক্ৰিকেট বিশ্বকাপত মহেন্দ্ৰ সিং ধোনীয়ে ৫ নম্বৰ স্থানত বেটিং কৰাটো বিচাৰিছে কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে।ধোনীৰ পিছতে শচীনে বেটিং কৰিবলৈ অহাটো বিচাৰে 'পাৱাৰ হিটাৰ' হাৰ্ডিক পাণ্ডিয়াক।শচীনৰ মতে এনে হ'লে ধোনীয়ে খেলখন শেষলৈকে লৈ যাব পাৰিব আৰু খেলৰ শেষত হাৰ্ডিক পাণ্ডিয়াৰ সৈতে বিস্ফোৰক বেটিঙো কৰিব পাৰিব।ক্ৰীড়া সাংবাদিকৰে বাৰ্তালাপত এইদৰে মত পোষণ কৰে শচীনে।

Your Comments