জম্মু-কাশ্মীৰত সেনাৰ হাতত নিহত কুখ্যাত সন্ত্ৰাসবাদী জাকিৰ মুছা

kasmir

নিউজ ডেস্ক:
লোকসভা নিৰ্বাচনত বিজেপিয়ে ব্যাপক সফলতা লাভ কৰাৰ দিনাই জম্মু-কাশ্মীৰত সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিলে।সেনাই ৰাজ্যখনৰ ত্ৰালত আজি নিধন কৰে কুখ্যাত সন্ত্ৰাসবাদী জাকিৰ মুছাক।মুছা কাশ্মীৰ উপত্যকাত বহু কূটাঘাতৰ সৈতে জড়িত আছিল

Your Comments