নিম্নগামী ফলাফল ; আজি পদত্যাগ কৰিব অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে

naidu

নিউজ ডেস্ক : 
#লোকসভাৰ নিৰ্বাচনৰ নিম্নগামী ফলাফলৰ বাবে আজি পদত্যাগ কৰিব অন্ধপ্ৰদেশৰ টিডিপিৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে।
#সন্ধিয়া ৫.৩০বজাত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।

Your Comments