বগীবিল দলঙত পথ দুৰ্ঘটনাত নিহত বিশ্ববিদ্যালয়ৰ ছাত্ৰ

ac

দুৰ্ঘটনাই প্ৰাণ ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰৰ। বিশ্ববিদ্যালয়খনৰ গণিত বিভাগত অধ্যয়নৰত ছাত্ৰজনৰ নাম  প্ৰজ্ঞানজ্যোতি পৰাশৰ।প্ৰাপ্ত তথ্য অনুসৰি,বন্ধুৰ সৈতে গৈ থকাৰ সময়ত বগীবিল দলঙত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই মেধাৱী ছাত্ৰগৰাকীয়ে।ছাত্ৰজনৰ ঘৰ নামৰূপত বুলি জানিব পৰা গৈছে।

Your Comments