প্রায় আটাইকেইটা এক্সিট প'লতে এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কৈছে।কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে এক্সিট প'লৰ ফলাফল গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।
কংগ্ৰেছ নেতা গোলাম নবী আজাদে এক্সিট প'লক ভুল আখ্যা দিছে।তেওঁ কয় যে বিজেপি পুনৰ ক্ষমতালৈ অহাটো কেৱল কোনো অনিয়ম সংঘটিত হ'লেহে সম্ভৱ।আনহাতে,কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই এক্সিট প'লক মনোৰঞ্জন আখ্যা দিছে।তেওঁ কয় যে কংগ্ৰেছে কেন্দ্ৰত ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিব।
- Log in to post comments
- 38 views