ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দীপ শইকীয়াৰ অষ্টম স্থান লাভ

kampur

বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দীপ শইকীয়াই অষ্টম স্থান দখল কৰে।শইকীয়াৰ মুঠ নম্বৰ ৫৮৬।তেওঁ আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে।

 

দীপৰ ফলাফলৰ শুভ সংবাদ শুনি ছাত্ৰগৰাকীৰ ৰোগাক্ৰান্ত মাতৃ অনিমা শইকীয়া উচুপি উঠে।দীপ শইকীয়াৰ কৃতিত্বত বিদ্যালয়খনৰ বিদ্যাৰ্থী আৰু শিক্ষাগুৰুসকল উৎফুল্লিত হৈ পৰিছে।লগতে যথেষ্ট আনন্দিত হৈ পৰিছে ননৈ কুমাৰগাঁওবাসী।

Your Comments