মই বেনামী সম্পত্তি গোটাইছোঁ নেকি প্ৰমাণ কৰক:বিৰোধী দলসমূহলৈ মুকলি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে বিৰোধী দলসমূহক মুকলি প্ৰত্যাহ্বান জনালে।গুজৰাটৰ মুখ্যমন্ত্ৰীত্বৰ আৰু প্ৰধানমন্ত্ৰীত্বৰ কালত তেওঁ কিবা বেনামী সম্পত্তি গোটাইছে নেকি,সেয়া প্ৰমাণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে বিৰোধী দলসমূহক মুকলি প্ৰত্যাহ্বান জনায়।

Your Comments