মোডীজী,আপুনি দেশৰ নিবনুৱা যুৱপ্ৰজন্মৰ বাবে কি কৰিলে-ৰাহুল গান্ধী

raga

'মোডীজী আপুনি শিকালে আম কেনেকৈ খায়।এতিয়া আপুনি দেশবাসীক কওক আপুনি দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কি কৰিলে?'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্য কৰি আজি এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

 

উল্লেখ্য যে অভিনেতা অক্ষয় কুমাৰে গ্ৰহণ কৰা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আম খোৱাৰ বিষয়ে কৈছিল।

Your Comments