পশ্চিম বংগত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ তুমুল সংঘাত সৰ্বজনবিদিত।এই সংঘাতেই পুনৰ সাৰ্বজনীন হ'ল যেতিয়া পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰ অথবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফানী ধুমুহাৰ ক্ষয়-ক্ষতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত বহিবলৈ অস্বীকাৰ কৰিলে।
কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বৈঠকৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও ৰাজ্যৰ বিষয়াবৰ্গ নিৰ্বাচনত ব্যস্ত আছে বুলি কৈ মমতা চৰকাৰে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে।
- Log in to post comments
- 35 views